কামপুৰত টুলুঙা নাৱৰে বিপদ সংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ লগতে গঞাৰ

কামপুৰত টুলুঙা নাৱৰে বিপদ সংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ লগতে গঞাৰ

এফালে ৰাজ্যত পৰিবৰ্তনৰ শ্লোগান আনফালে এখন টুলুঙা নাৱত উঠি বিপদ সংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাৰ ।এখন দলঙৰ অভাৱত বিপদ সংকুল যাত্ৰা কৰিবলৈও বাধ্য হৈ পৰিছে কামপুৰৰ কপিলী আৰু নিশাৰীৰ নৈ পৰীয়া ৰাইজ ৷ তথাপিও কাণষাৰ নাই চৰকাৰৰ ৷ টুলুঙা নাওঁত দেশৰ ধৰণি স্বৰূপ এজাক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাকলৈ ৷

kam

ভৰা নদীৰ বুকুৰে টুলুঙ-ভুটুঙকৈ নাওত দৈনিক অহা-যোৱা কৰে নিজ নিজ গন্তব্য স্থান ৷ এনেদৰে বহু সময়ত তুলুঙা নাৱৰ পৰা পৰিছিল ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহুলোকো সৰি পৰাৰ ঘটনা ঘটিছে যদিও ইমানৰ পিছতো কোনো তৎপৰতা নাই স্থানীয় প্ৰশাসন তথা বিধায়কৰ ৷ উল্লেখ্য যে বঢ়মপুৰ সমষ্টিৰ নিশাৰী নদীৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মানৰ বাবে স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ আবেদন কৰাৰ পিছতো কাণষাৰ নিদিলে বিধায়ক গৰাকীয়ে ।
 
 

Your Comments