জখলাবন্ধা চিকিৎসালয়ৰপৰা পোৱা তথ্য অনুসৰি কলিয়াবৰ মহকুমাত ক’ভিডত আক্ৰান্ত হৈ পুনৰ ১জন লোকৰ মৃত্যুৰ সৈতে যোৱা দুমাহত মৃত্যুৰ সংখ্যা ২২জনলৈ বৃদ্ধি পালে ৷
উল্লেখ্য যে, যোৱা কালি নিশা তেজপুৰ মিছন হস্পিতালত মৃত্যু হোৱা লোক জনৰ নাম নলতলি গাঁৱৰ গনেশ ভূঞা , বয়স ৬২ বছৰ । ঘৰ নলতলি গাঁৱত ৷
- Log in to post comments
- 14 views