মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকসকলে সোনকালেই লাভ কৰিব তিনি মাহৰ দৰমহা। গুৰুত্বপূৰ্ণ কথা যে, এই দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং।
উল্লেখ্য যে, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে নিজৰ ফেচবুক পেজত প্ৰকাশ কৰিছে এই কথা। ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি, এই শিক্ষকসকলৰ তিনি মাহৰ দৰমহা মুকলি কৰি দিছে বিত্ত বিভাগে।
- Log in to post comments
- 20 views