ৰাজ্যত আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া।৬ জুনৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব আনলক প্ৰক্ৰিয়া।১৬জুনলৈ বাহাল থাকিব নতুন নিৰ্দেশনা।
ক'ৰনা আক্রান্ত হ্ৰাস পোৱাৰ বাবে শিথিল কৰা হৈছে ক'ভিড-নীতি নিৰ্দেশনা।
ৰাজ্যত ১বজাৰ পৰা প্ৰযোজ্য হ'ব সান্ধ্য আইন।বৰ্তমান ১২ বজাৰ পৰা প্ৰযোজ্য হৈছিল সান্ধ্য আইন।সেই অনুসৰি ১১বজাৰ বিপৰীতে ১২ বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।
ৰেস্তোৰাঁঁ,ধাবা আৰু ভোজনালয়সমূহ বাহিৰৰ লোকৰ বাবে ১২ বজালৈ মুকলি কৰিব পাৰিব।১ বজাৰ পৰা হোম ডেলিভাৰী ব্যৱস্থা চলি থাকিব।
চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অহা ১৫ জুনলৈ বন্ধ থাকিব।
আন্ত:জিলা যাতায়ত ব্যৱস্থা ব্যৱস্থা ১৫ জুন পৰ্যন্ত বন্ধ থাকিব।
ৰাজ্য চৰকাৰে ক'ভিড সন্দৰ্ভত শুকুৰবাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।
- Log in to post comments
- 96 views