আজি কৃষকৰ একাউণ্টত জমা হ'ব ২০০০টকা

Farmers

ক'ৰ'না আতংকৰ মাজতে ভাল খবৰ। আজি কৃষক সন্মান নিধিৰ অষ্টম কিস্তিৰ ধন জমা হ'ব দেশৰ কৃষকসকলৰ একাউণ্টত।

২০০০টকাকৈ জমা হ’ব এই অষ্টম কিস্তিৰ ধন। উল্লেখ্য যে ৰাজ্যৰো লক্ষাধিক কৃষকে লাভ কৰিব এই ধনৰাশি।

উল্লেখ যোগ্য, কৃষক সকলৰ আৰ্থিক বিকাশ আৰু কৃষিখণ্ডৰ প্ৰতি কৃষক সকল আগ্ৰহী হৈ উঠিবৰ বাবে প্ৰদান কৰা হয় এই ধন।

Your Comments