ক'ৰ'নাৰ বাবে স্থগিত ইউপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা

UPSC

ক'ৰ’নাৰ জটিল পৰিস্থিতিৰ বাবে স্থগিত কৰা হ’ল ভাৰতীয় অসামৰিক সেৱা চমুকৈ ইউপিএছচি-ৰ প্ৰাৰম্ভিক পৰীক্ষা।১০অক্টোবৰলৈকে স্থগিত কৰা হৈছে পৰীক্ষা। এই কথা ঘোষণা কৰিলে ভাৰতীয় লোক সেৱা আয়োগে।

উল্লেখ্য যে, ২৭ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল ইউপিএছচি-ৰ প্ৰাৰম্ভিক পৰীক্ষা।

Your Comments