#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ এপ্ৰিলঃ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত লৰমাবটাকুছি গাঁঁৱৰ মজিবৰ ৰহমান নামৰ এজন ব্যৱসায়ীৰ ক'ৰ'নাত আক্ৰান্ত হৈ আজি দুপৰীয়া হোম কোৱাৰেন্টাইনত মৃত্যু হয়৷উল্লেখযোগ্য যে আজিৰ পৰা তিনিদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল মৃত মজিবৰ ৰহমান৷আজি তেওঁৰ পত্নী ৰেণুু বিবিৰ দেহতো ক'ভিড পজিটিভ ধৰা পৰিছে।
- Log in to post comments
- 9 views