টেষ্ট ক্ৰিকেটত দ্ৰুততম ৪০০০ ৰাণ সংগ্ৰহৰ কৃতিত্ব বিৰাট কোহলিৰ

টেষ্ট ক্ৰিকেটত দ্ৰুততম ৪০০০ ৰাণ সংগ্ৰহৰ কৃতিত্ব বিৰাট কোহলিৰ

বৰ্তমানেও অব্যাহত থকা ইংলেণ্ড ভ্ৰমণৰ মাজতে আন এক অভিলেখৰ অধিকাৰী হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷

টেষ্ট ক্ৰিকেটৰ ইতিহাসত অধিনায়ক হিচাপে দ্ৰুততম ৪০০০ ৰাণ সংগ্ৰহৰ বিৰল কৃতিত্ব কোহলিয়ে অৰ্জন কৰিছে ৷

ইংলেণ্ডৰ বিৰুদ্ধে খেলা চতুৰ্থ টেষ্ট মেচখনৰ দ্বিতীয় ইংনিছত ৫৮ ৰাণ সংগ্ৰহ কৰি কোহলি এই নতুন অভিলেখৰ গৰাকী হয় ৷

Your Comments