দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নাগৰিকত্ব (সংশোধনী) আইন,২০১৯,ইআইএ বাতিল আৰু অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সোমবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই সহস্ৰাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত নলবাৰীৰ পিএনচি পথত 'মানৱ শৃংখল' কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ নিপাত যাওক,'কা' আৰু ইআইএ বাতিল কৰক আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
- Log in to post comments
- 9 views