বক্সিঙত অলিম্পিক চেম্পিয়নক হৰুৱাই সোণৰ পদক জিনিলে ২২ বছৰীয়া অমিতে

বক্সিঙত অলিম্পিক চেম্পিয়নক হৰুৱাই সোণৰ পদক জিনিলে ২২ বছৰীয়া অমিতে

ভাৰতীয় ক্ৰীড়া প্ৰেমীসকলৰ বাবে আন এক সুখবৰ !

জাকাৰ্টা এছিয়ান গেমছত বক্সিঙত সোণৰ পদক জয় কৰিছে ভাৰতৰ অমিত পংঘালে ।

পুৰুষৰ ৪৯ কিঃগ্ৰাঃ শাখাত এই কৃতিত্ব অৰ্জন কৰে ২২ বছৰীয়া ভাৰতীয় বক্সাৰজনে ।

লক্ষণীয়ভাৱে, ফাইনেলত অমিতে পৰাস্ত কৰে ২০১৬ৰ অলিম্পিকৰ সোণৰ পদক বিজয়ী হাছানবয় ডছমাটভক ।

ইয়াৰ পূৰ্বে অমিতে এইবাৰৰ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু বিগত বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছিল ।

Your Comments