মহিলাৰ হকী : স্বৰ্ণ জয়ৰ স্বপ্ন পূৰণ নহ'ল ভাৰতৰ

মহিলাৰ হকী : স্বৰ্ণ জয়ৰ স্বপ্ন পূৰণ নহ'ল ভাৰতৰ

অষ্টাদশ এছিয়ান গেমছত সোণৰ পদক জয়ৰ স্বপ্ন পূৰণ নহ'ল ভাৰতীয় মহিলা হকী খেলুৱৈসকলৰ ।

আজি ফাইনেলত জাপানৰ মুখামুখি হৈছিল ভাৰতীয় দলটো ।

বহু চৰ্চিত খেলখনত ভাৰত জাপানৰ হাতত ১-২ গ'লত পৰাস্ত হয় ।

ফলত ৰূপৰ পদকতে ক্ষান্ত হ'বলগীয়া হয় ভাৰত ।

উল্লেখযোগ্য যে সুদীৰ্ঘ ২০ বছৰৰ পিছত এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতৰ মহিলা হকী দলটোৱে 

Your Comments