অসমত নতুনকৈ হ'ব এনআৰচি।১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ সমগ্ৰ দেশৰ লগতে অসমতো হ'ব নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত বক্তব্য প্ৰকাশ কৰে যে অসমত ১৯৭১ বর্ষক ভিত্তিবর্ষ হিচাপে লৈ এনআৰচিৰ কাম সম্পন্ন কৰা হৈছে যদিও সমগ্র দেশৰ লগতে অসমতো হ'ব '৫১ ভিত্তিবৰ্ষৰ এনআৰচি।এনেদৰে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যসভাত একপ্ৰকাৰ নস্যাৎ কৰে অসমৰ সদ্যপ্ৰস্তুতকৃত এনআৰচিক।
- Log in to post comments
- 20 views