
কাইলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব বহু প্ৰতীক্ষিত অযোধ্যা বিবাদ সন্দৰ্ভৰ ঐতিহাসিক ৰায়।যি ৰায়ৰ বাবে সমগ্ৰ দেশৰ জনতাই বহু বছৰ অপেক্ষা কৰি আছিল,সেই ৰায় কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।শনিবাৰে পুৱা ১০-৩০ বজাত ৰাম মন্দিৰ সম্পৰ্কীয় দেশৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ ৰায় দান কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
- Log in to post comments
- 32 views