গোলাঘাটত বাঘ চিকাৰী গ্ৰেপ্তাৰ 

Pic

গোলাঘাটৰ প্ৰতিবেদক:

মঙলবাৰে গোলাঘাটত গ্ৰেপ্তাৰ কৰা হয় দুটা বাঘ চিকাৰীক।গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানত গোলাঘাটৰ বগীজানৰ পৰা গ্ৰেপ্তাৰ কৰে এই দুটা চোৰাং চিকাৰীক। ছুবিট টেটে আৰু এমিন ধনোৱাৰ নামৰ এই চোৰাং চিকাৰী দুটাৰ পৰা বাঘৰ চাল,নখ আদি উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Your Comments