কংগ্ৰেছৰ ভুল নীতি আৰু ৰণনীতিয়ে দেশক বৰ্বাদ কৰি দিলে-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Modi

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত শনিবাৰে এলনাবাদত অনুষ্ঠিত এখন প্ৰচাৰ সভাত কংগ্ৰেছেক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত কয় যে কংগ্ৰেছৰ ভুল নীতি আৰু ৰণনীতিয়ে দেশক বৰ্বাদ কৰি দিলে।তেওঁ ভাষণ প্ৰসংগত এই বুলিও মন্তব্য কৰে যে কংগ্ৰেছৰ নেতাসকলে অনুচ্ছেদ-৩৭০ আঁতৰোৱাত বিফল হ'ল।কিন্তু,১৯৬৪ চনত সংসদত দলটোৱে অনুচ্ছেদটো আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

Your Comments