
'এবিপি নিউজ'ৰ অপিনিয়ন প'ল মতে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত চৰকাৰ গঠন কৰিব বিজেপি আৰু সহযোগী দলে।সংবাদ সংস্থাটোৰ অপিনিয়ন প'ল মতে মহাৰাষ্ট্ৰ ত বিজেপি আৰু শিৱ সেনাই দখল কৰিব ১৯৪ খন আসন।আনহাতে,কংগ্ৰেছ আৰু এনচিপিয়ে দখল কৰিব ৮৬ খন আসন।অন্য দলে লাভ কৰিব ৮ খন আসন।মহাৰাষ্ট্ৰত আসনৰ সংখ্যা হৈছে ২৮৮ খন।আনহাতে,হাৰিয়ানাটো বিজেপিয়ে বিপুলসংখ্যক আসন দখল কৰিব।হাৰিয়ানাত বিজেপিয়ে দখল কৰিব ৮৩ খন আসন।কংগ্ৰেছে লাভ কৰিব মাত্ৰ ৩ খন আসন।আন দলে লাভ কৰিব ৪ খন আসন।বৰ্তমান দুয়োখন ৰাজ্যতে বিজেপি আৰু সহযোগী দলৰে চৰকাৰ আছে।
- Log in to post comments
- 25 views