চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে

Candidate

Cong

উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰি ৰণশিঙা বজালে কংগ্ৰেছে। অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে চাৰিওটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব।

Ii

ৰঙাপাৰাৰ পৰা  কাৰ্তিক কুর্মীয়ে, সোনাৰিৰ পৰা সুশীল সুৰী ,জনীয়াৰ পৰা ছামচুল হক আৰু ৰাতাবাৰীৰ পৰা কেশৱ প্ৰসাদ ৰজকে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।

Rr

আনহাতে,বিৰোধী দল এআইইউডিএফে মাত্ৰ জনীয়া সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে। জনীয়াৰ প্ৰাক্তন বিধায়ক ডঃ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এআইইউডিএফে।  

ইফালে, শাসনাধিষ্ঠ বিজেপি দলটোৱে বৰ্তমানলৈকে চূড়ান্ত তালিকা প্ৰকাশ কৰা নাই।

Your Comments