কমাৰগাঁৱত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

banrou

গোলাঘাটৰ প্ৰতিবেদক :

গোলাঘাটৰ কমাৰগাঁও অঞ্চলত মঙলবাৰে এটা দুষ্পাপ্য বনৰৌ উদ্ধাৰ কৰা হয়।জানিব পৰা মতে , কমাৰগাঁৱৰ ৰবীন কছাৰী নামৰ লোকজনৰ ইটাভাটাৰ সমীপত উদ্ধাৰ কৰা হয় এই বনৰৌটো।প্ৰায় ৭ কেজি ওজনৰ বনৰৌটো কমাৰগাঁও আৰক্ষীয়ে বন বিভাগৰ সহযোগত উদ্ধাৰ কৰি কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

Your Comments