এবছৰ পূৰ্বে আছু এৰি আলফালৈ গমন কৰা পংকজ প্ৰতীম দত্তৰ মোহভংগ : উভতি আহিল মূল সূতিলৈ 

golaghat

গোলাঘাট : 

পুনৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল। এবছৰ পূৰ্বে ছাত্ৰ সংগঠন আছু ৰ সৈতে জড়িত থকা দেৰগাঁৱৰ পংকজ প্ৰতীম দত্তই নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰি ঘৰ এৰি ওলাই যোৱাৰ এবছৰ পিছত পুনৰ ঘৰলৈ উভতি আহিছে। জানিব পৰা মতে, নগালেণ্ডৰ মন জিলাত যুৱকজনে আত্মসমপৰ্ণ কৰিছে। নগালেণ্ড আৰক্ষীয়ে  এই সম্পৰ্কত ইতিমধ্যে পৰিয়ালৰ লোকক অবগত কৰিছে।

Your Comments