বিজেপিত যোগ দিলে শিল্পী মৈত্ৰেয়ী প্ৰিয়দৰ্শনী,উদয় শংকৰ ভূঞা,অহিৰ ভৈৰৱে

ahir

বিজেপিলৈ ঢল বৈছে অসমৰ আগশাৰীৰ শিল্পীসকলৰ!মঙলবাৰে বিজেপিত যোগ দিয়ে অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনী,অভিনেতা উদয় শংকৰ ভূঞা,সংগীত পৰিচালক অহিৰ ভৈৰৱ তথা আন কেইবাজনো শিল্পীয়ে।উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মৈত্ৰেয়ী প্ৰিয়দৰ্শনীৰ স্বামী জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই বিজেপি দলত যোগ দিছিল।

Your Comments