সোণাৰিত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

 নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ পূৰ্বাঞ্চলত নিৰ্মিয়মান সকলোবোৰ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি সোণাৰিত  প্ৰতিবাদ সাব্যস্ত কৰে ।   চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নামনি সোৱণশিৰি আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলত নিৰ্মিয়মান সকলোবোৰ নদীবান্ধৰ নিৰ্মাণ শীঘ্ৰেই বন্ধ কৰাৰ লগতে অসমৰ বানপানী সমস্যা সমাধানৰ দাবী জনায়।

Your Comments