ৰাহুল গান্ধী,বিৰোধী দলৰ নেতাসকলৰ শ্ৰীনগৰলৈ যোৱা পৰিকল্পনা ব্যৰ্থ

rahul

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত শ্ৰীনগৰলৈ যোৱা বিৰোধী দলসমূহৰ প্ৰতিনিধিমণ্ডলক শ্ৰীনগৰ বিমানবন্দৰত শনিবাৰে ৰখালে প্ৰশাসনে।শ্ৰীনগৰ বিমানবন্দৰৰ পৰাই বিৰোধী দলৰ নেতাসকলক দিল্লীলৈ উভতাই পঠোৱা হয়।ইফালে,এই সময়তে বিমান বন্দৰটোত সাংবাদিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Your Comments