চট্টিছগড়ত নক্সালপন্থীৰ বিৰুদ্ধে বৃহৎ সফলতা:৫ নক্সালপন্থী নিহত

force

চট্টিছগড়ত নক্সালপন্থীৰ বিৰুদ্ধে বৃহৎ সফলতা অৰ্জন কৰিছে সুৰক্ষা বাহিনীয়ে।ৰাজ্যখনৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাড় অৰণ্যত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৫ জন নক্সালপন্থী নিহত হয়।এই সংঘৰ্ষত দুজন সুৰক্ষা বাহিনীৰ জোৱানো আহত হয়।বৰ্তমান সংঘৰ্ষস্থলী ঘেৰি লৈ সুৰক্ষা বাহিনীয়ে ক'ম্বিং অপাৰেশ্যন চলাই আছে।

Your Comments