প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিয়োগ

arun j

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ শনিবাৰে দুপৰীয়া ১২ বাজি ৭ মিনিটত নতুন দিল্লীৰ 'এইমছ'ত দেহাৱাসন ঘটে।তেওঁ দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল।যোৱা ৯ আগষ্টৰ পৰা জেটলী এইমছত চিকিৎসাধীন হৈ আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ।জেটলীৰ মৃত্যুৰ খবৰ শুনি গৃহমন্ত্ৰী অমিত শ্বাহ হাইদৰাবাদৰ পৰা দিল্লীলৈ উভতি আহে।

Your Comments