জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন বিত্তমন্ত্ৰী পি চিডাম্বৰমৰ বিৰুদ্ধে 'লুক আউট' জাননী জাৰি কৰা হৈছে।মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আগতীয়া জামিন আবেদন নাকচ কৰাৰ পিছতেই পি চিডাম্বৰমৰ কোনো সন্ধান নাই।তেওঁৰ মোবাইল ফোন বন্ধ আছে।চিবিআই আৰু ইডিয়ে তেওঁক বাসভৱনত বিচাৰি পোৱা নাই।
- Log in to post comments
- 13 views