নিউজ ডেস্ক:
পাকিস্তানক কঠোৰভাৱে সকীয়াই দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।সিঙে কয় যে পাকিস্তানে সন্ত্ৰাসবাদ বিয়পোৱা বন্ধ কৰক।অন্যথা ভাৰত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু আছোঁ।ৰাজনাথ সিঙে স্পষ্ট ভাৱে কয় যে পাকিস্তানৰ লগত আলোচনা হ'ব লগা হ'লে সেয়া হ'ব 'পাকিস্তান অধিকৃত কাশ্মীৰ'ৰ ওপৰতহে।
- Log in to post comments
- 11 views