নেহৰু-গান্ধী পৰিয়ালৰ সদস্য লগত থকাতো কংগ্ৰেছৰ বাবে দৰকাৰী:ছলমান খুৰ্ছিদ

khurshid

নিউজ ডেস্ক :

শীৰ্ষ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ পিছত এতিয়া নেহৰু-গান্ধী পৰিয়ালৰ ওপৰত বিশ্বাস প্ৰকট কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে।তেওঁ মন্তব্য কৰে যে নেহৰু-গান্ধী পৰিয়ালৰ কোনো ব্যক্তি কংগ্ৰেছৰ লগত থকাতো দলটোৰ বাবে দৰকাৰী।


খুৰ্ছিদে আশা প্ৰকাশ কৰে যে ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত দলটোৱে শীঘ্ৰে পুৰণি শক্তি ঘূৰাই পাব।

Your Comments