দিল্লীৰ 'এইমছ'ত ভয়ংকৰ অগ্নিকাণ্ড

dilli

নিউজ ডেস্ক:
দিল্লীৰ 'এইমছ' হাস্পতালত শনিবাৰে বিয়লি ৫ বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।নিশা ১০-৩০ বজালৈ অব্যাহত থকা অগ্নিকাণ্ডত হাস্পতালখনৰ ভাইৰ'লজী ইউনিট জুইত জাহ যায়।বহু নমুনা আৰু মেডিকেল ৰিপোৰ্ট জুইত ভস্মীভূত হয়।অগ্নিকাণ্ডত কোনো ৰোগীৰ মৃত্যু হোৱা নাই যদিও কিছুসংখ্যক ৰোগীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লগা হয়

Your Comments