কেৰেলা আৰু কৰ্ণাটকত বান পৰিস্থিতি শোচনীয়:১০০ জনতকৈ অধিক লোকৰ মৃত্যু

kerela

নিউজ ডেস্ক:
 দক্ষিণ আৰু পশ্চিম ভাৰতত বান পৰিস্থিতি শোচনীয় হৈ পৰিছে।কেৰেলাৰ ৱাইনাডকে ধৰি বিভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতিত বৰ্তমানলৈ ৭২ জন লোকৰ মৃত্যু হৈছে।আনহাতে, কৰ্ণাটকত বৰ্তমানলৈ মৃত্যু হৈছে ৪০ জনতকৈ অধিক লোকৰ।মহাৰাষ্ট্ৰৰো বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ বাবে বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

Your Comments