নিউজ ডেস্ক:
কেৰেলাৰ নিজৰ লোকসভা সমষ্টি ৱাইনাডৰ গুৰুতৰ ভূমিস্খলন আৰু বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ দেওবাৰে সমষ্টিটোত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আশ্ৰয় শিবিৰত থকা একাংশ লোকৰ সৈতে কথা পাতি ক্ষয়-ক্ষতিৰ বুজ লয় গান্ধীয়ে। ৰাহুল গান্ধীয়ে সমষ্টিটোত কিছুদিন থাকি বান পৰিস্থিতিৰ বুজ ল'ব।
- Log in to post comments
- 4 views