নিউজ ডেস্ক:
ছোনিয়া গান্ধী কংগ্ৰেছৰ অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষ পদত অধিষ্ঠিত হোৱাক লৈ জ্যেষ্ঠ বিজেপি নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।চৌহানে কয় যে যি পৰিয়ালতন্ত্ৰৰ ৰাজনীতিক দেশৰ জনতাই প্ৰত্যাখ্যান কৰিছে,কংগ্ৰেছ পুনৰ সেই পৰিয়ালতন্ত্ৰৰ দিশত অগ্ৰসৰ হৈছে।
- Log in to post comments
- 27 views