জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্রতিবেদন :
তেজপুৰৰ মিলনপুৰত বৃহস্পতিবাৰে নিশা এখন যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হয়।বিমানখন দুৰ্ঘটনাগ্রস্থ হোৱাৰ লগে লগে প্ৰচণ্ড শব্দ শুনা গৈছিল সমগ্ৰ এলেকাজুৰি ।জানিব পৰা মতে যুদ্ধ বিমানখনত পাইলতৰ সৈতে আৰু এজন বৈমানিক আছিল।দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে বিমানখনত থকা দুয়োজন ব্যক্তি। নিয়মীয়া অনুশীলন চলাই থকাৰ সময়তে কোনো কাৰিকৰী বিজুটিৰ বাবে বিমান খন দুৰ্ঘটনাগ্রস্থ বুলি অনুমান কৰা হৈছে।
- Log in to post comments
- 23 views