এতিয়া ভাৰতৰ ৰাজ্যৰ সংখ্যা হ্ৰাস পাই হ'লগৈ ২৮ খন:কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সংখ্যা বৃদ্ধি পালে ৯ খনলৈ

jk

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে ঘোষণা কৰাৰ লগে লগে দেশৰ ভূগোলৰ পৰিৱৰ্তন হ'ল।জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ লগে লগে দেশৰ ৰাজ্যৰ সংখ্যা এখন হ্ৰাস পাই হ'লগৈ ২৮ খন।আনহাতে,কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সংখ্যা ৭ ৰ পৰা বৃদ্ধি পাই হ'লগৈ ৯ খন।

Your Comments