নিউজ ডেস্ক:
উৎকন্ঠাৰ অন্ত।জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যসভাত বক্তব্য প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সংকল্পৰ বিষয়ে ঘোষণা কৰে।শ্বাহে ৰাজ্যসভাত ঘোষণা কৰে যে কাশ্মীৰত অনুচ্ছেদ ৩৭০ ৰ কেৱল ১ নম্বৰ খণ্ডটোহে বাহাল থাকিব।
- Log in to post comments
- 23 views