ৰাজ্য সভাৰ পৰা সাংসদ ভুৱনেশ্বৰ কলিতাৰ  পদত্যাগ

mp

নিউজ ডেস্ক : কিছু সময় পূৰ্বে ৰাজ্য সভাৰ অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ৰাজ্য সভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই কিয় এই সিদ্ধান্ত ললে তাক বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নাই।

Your Comments