প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট বৈঠক সম্পন্ন:১১ বজাত সংসদত বক্তব্য প্ৰকাশ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

amit sah

নিউজ ডেস্ক:
কিছু সময় পূৰ্বে সম্পন্ন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ কেবিনেটৰ বৈঠক।বৈঠকৰ পৰৱৰ্তী পৰ্যায়ত আজি দিনৰ ১১ বজাত সংসদত বক্তব্য দাঙি ধৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।প্ৰথমতে ৰাজ্যসভাত আৰু পিছলৈ লোকসভাত তেওঁ বক্তব্য প্ৰকাশ কৰিব।এই বক্তব্যতে জম্মু-কাশ্মীৰক লৈ বৃহৎ সিদ্ধান্ত ঘোষণা কৰা হ'ব  পাৰে।

Your Comments