স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত বীৰ লাচিত সেনা, অসমৰ সাপেখাতীৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক সূহীয়া চাফাই অভিযান চলোৱা হয় ৷
উক্ত অভিযানত সহযোগিতা আগবঢ়ায় ব্যৱসায়ী সন্হা আৰু স্থানীয় ৰাইজে ৷
সাপেখাতী চাৰিআলিৰ ঐতিহাসিক ধোদৰ আলি আৰু ৫২নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই চাফাই অভিযান চলোৱা হয় ।
"সেউজ সাপেখাতী, স্বচ্ছ সাপেখাতী" শ্লোগানেৰে পৰিৱেশ নিকাকৰণৰ বাবে সকলোকে আহ্বান জনাই লাচিত সেনাই এই সমূহীয়া চাফাই কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰে ।
- Log in to post comments
- 13 views