আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে ৰাজ্যখনৰ ৪৩গৰাকী সাহিত্যিকৰ নাম ২০১৮-১৯ বৰ্ষৰ সাহিতিক পেন্সনৰ বাবে ঘোষণা কৰিছে ।
কালি ৰাজ্য চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে মাজুলী জিলাখনৰ ফণীধৰ বৰাই সাহিতিক পেন্সন লাভ কৰাৰ বিপৰীতে নীলকান্ত তামুলী বৰগায়ন, কৃষ্ণচাৰণ শইকীয়া (গায়ন), গোপীনাথ শইকীয়া বৰগায়ন,
ধীৰেন্দ্ৰনাথ বৰা, স্বৰ্ণলতা মহন্ত বৰুৱা, ৰামেশ্বৰ বৰা বৰবায়ন, ফণীধৰ বৰবায়ন আদি শিল্পীসকলে শিল্পী পেন্সন লাভ কৰিছে । এই খবৰত পৰিয়ালসমূহৰ লগতে মাজুলীবাসীলয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।
- Log in to post comments
- 23 views