নেপালত বানৰ সংহাৰী ৰূপ:৭৮ জন লোকৰ মৃত্যু

nepal

নিউজ ডেস্ক:
সম্প্ৰতি ভাৰতৰ চুবুৰীয়া দেশ নেপালতো বানৰ তাণ্ডৱ।প্ৰৱল বৃষ্টিপাতৰ পিছত নেপালত বানে এনে সংহাৰী ৰূপ ধাৰণ কৰিছে যে বৰ্তমানলৈ ৭৮ জন লোকৰ মৃত্যু হৈছে।সন্ধানহীন হৈ আছে ৩২ জন লোক।৩,৩৩৬ জন লোকক উদ্ধাৰ কৰা হৈছে।নেপালৰ ৩১খন জিলাৰ ৩৫,০০০ লোক বানত আক্রান্ত হৈছে।

Your Comments