২০ জুলাইৰ দুপৰীয়া উৎক্ষেপণ কৰা হ'ব 'চন্দ্ৰযান-২'

chadra jan

নিউজ ডেস্ক:
সকলো ঠিকেঠাকে থাকিলে অহা ২০ জুলাইৰ দুপৰীয়া ২-৫২ বজাত উৎক্ষেপণ কৰা হ'ব চন্দ্ৰৰ দক্ষিণ মেৰুমুখী 'চন্দ্ৰযান-২'।

উল্লেখ্য যে উৎক্ষেপক ৰকেট 'জিএছএলভি-এমকে৩'ৰ যি কাৰিকৰী বিজুতিৰ বাবে ১৫ জুলাইত 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত কৰা হৈছিল, সেই বিজুতি ইতিমধ্যে মেৰামতি কৰিছে ইছৰ'ৰ বিজ্ঞানীসকলে।

Your Comments