ফলাফল বিহীন ভাবেই আজি সামৰণি পৰিল ভাৰত -নিউজিলেণ্ডৰ প্ৰথমখন চেমি ফাইনেল

varat nz

নিউজ ডেস্ক :
 মংগলবাৰে নোলাল বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলৰ ফলাফল। বুধবাৰে পুনৰ অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ ছেমি ফাইনেল খেলখন। মংগলবাৰৰ খেলখনৰ বাকী থকা অংশৰ পৰা বুধবাৰে বিয়লি তিনিবজাত আৰম্ভ হ'ব উক্ত খেলখন।উল্লেখ্য যে মংগলবাৰে নিউজিলেণ্ড দলটোৱে টচত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আহি ৪৬.১অভাৰত ৫টা উইকেটৰ বিনিময়ত ২১১ৰাণ সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ বাবে স্থগিত ৰাখিব লাগে হৈছিল খেল খন। বুধবাৰে আজিৰ খেলখনৰ বাকী থকা অংশৰ  পৰাই পুনৰ আৰম্ভ হ'ব খেল খন।

Your Comments