নীৰৱ মোডীৰ ২৮৩ কোটি টকা থকা ৪ টা বেংক একাউণ্ট বন্ধ কৰি দিলে ছুইচ বেংকে

nirav

পঞ্জাব নেছনেল বেংকৰ  কেইবাহাজাৰ কোটি টকা আত্মসাৎ কৰি বিদেশলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোডী আৰু তেওঁৰ ভগ্নী পূৰ্বীৰ নামত থকা ৪ টা বেংক একাউণ্টৰ লেন-দেন বন্ধ কৰি দিলে ছুইচ বেংকে।এই বেংক একাউণ্টকেইটাত নীৰৱ মোডীৰ ২৮৩.১৬ কোটি টকা জমা আছিল।


ভাৰত চৰকাৰৰ হেঁচাত একাউণ্টকেইটাৰ লেন-দেন বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে ছুইচ বেংকে।

Your Comments