প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কেৰেলা ভ্ৰমণ কৰে।ভ্ৰমণকালত তেওঁ গুৰুবায়ুৰ মন্দিৰত পূজা-অৰ্চনা কৰে।
পাৰম্পৰিক ভেশভূষা 'মুণ্ডু'ত থকা প্ৰধানমন্ত্ৰী মোডীয়ে মন্দিৰটোত তুলাভৰমো কৰে।ইয়াত তৰ্জুৰ এটা ফালে ব্যক্তিক আৰু আনফালে অন্য সামগ্ৰী ৰখা হয়।প্ৰধানমন্ত্ৰী মোডীক পদুম ফুলেৰে জোখা হয়।
মোডীয়ে গুৰুবায়ুৰ মন্দিৰত কৃষ্ণ পূজা কৰাৰ অন্তত ডিজিটেল মাধ্যমেৰে ৩৯,৪২১ টকা দান দিয়ে।
- Log in to post comments
- 34 views