গৃহমন্ত্ৰীয়ে বনালে জম্মু-কাশ্মীৰৰ ১০ শীৰ্ষ সন্ত্ৰাসবাদীৰ তালিকা

jk

নিউজ ডেস্কঃঅশান্ত জম্মু-কাশ্মীৰত পাকিস্তানৰ সাহায্যপুষ্ঠ সন্ত্ৰাসবাদী শক্তিসমূহক কঠোৰভাবে দমনৰ লক্ষ্যেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত তৎপৰ শীৰ্ষ দহজন সন্ত্ৰাসবাদীৰ এখন তালিকা তৈয়াৰ কৰিছে। গৃহমন্ত্ৰী হিচাপে শপত লোৱাৰ এসপ্তাহ পাৰ নৌহওঁতেই শ্বাহে এই পদক্ষেপ গ্ৰহণ কৰে। এই তালিকাত আছে হিজবুল মুজাহিদিন মুৰব্বী ৰিয়াজ নাকু, ছৰাফ মৌলৱী, লস্ক-ই-তৈবার জিলা কমাণ্ডাৰ ৱাছিম আহমেদ ওফে ওছামা দৰে দুৰ্ধ্বৰ্ষ সন্ত্ৰাসবাদীসকল।

                                                           jk2

গৃহমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই জম্মু-কাশ্মীৰৰ রাজ্যপাল সত্যপাল মালিকক দিল্লিলৈ মাতি নি শ্বাহে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকাচতেই এই তালিকাখন চূড়ান্ত কৰা হয় জম্মু-কাশ্মীৰত বৰ্তমানলৈকে নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত কমেও ১০২ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আন ২০৬ জন সন্ত্ৰাসবাদী সক্রিয় হৈ আছে। নিৰাপত্তা বাহিনীৰ পৰা প্ৰাপ্ত এই তথ্যৰ ভিত্তিতেই তালিকাখন তৈয়াৰ করা হয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে। তালিকাখনত জই-ই-মহম্মদ আৰু  আল-বদৰৰ দৰে সন্ত্রাসবাদী সংগঠনবিলাকৰ নাম ছে। তালিকাত ৰিয়াজ নাকু, ছৰাফ মৌলৱী আৰু ৱাছিম আহমেদৰ উপৰি আন যিসকল শীৰ্ষ সন্ত্ৰাসবাদী নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোক হ’ল হিজবুলাৰামুলািলা কমাণ্ডাৰ মেহৰাজুদ্দিন, শ্রীনগৰত হিজবুল শক্তি বৃদ্ধিৰ বাবে তৎপৰ চিকিৎসক ইফুল্লা ওফে ইফুল্লা মীৰফে চিকিৎসক ইফ, হিজবুল পুলোৱামা জিলা কমাণ্ডাৰৰ্ছাদ উল হক, জই-ই-মহম্মদ মাণ্ডাৰ হাফিজ ওম, জইছৰ জাহিদ শ্বেখ ওফে ওম আফগা, আল-বদৰৰ সদস্য জাভেদ মাটু ওফে ফজল ওফে চাকিব ওফে মুছাআৰু জাজ আহমেদ মালিক।

কেন্দ্রীয় মন্ত্ৰ্যালয়ৰ সূত্রই জনোৱা মতে, জম্মু-কাশ্মীৰৰ কোন কোন এলকা কোন কোন সন্ত্রাসবাদী সংগঠন অধিক সক্রিয়, কোন কোন এলাকায় কোন কোন সংগঠন শক্তিবৃদ্ধি চেষ্টা চলাই আছে নিৰাপত্তা বাহিনীয়ে পোৱা সেইবোৰ তথ্যৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে পৰবৰ্তী অভিযানৰ পৰিকল্পনা তৈয়াৰ কৰিব।

কেন্দ্রীয় স্বরাষ্ট্র মন্ত্রীর সঙ্গে জম্মু-কাশ্মীৰৰ রাজ্যপালেৰে হোৱা অমিত শ্বাহৰ এই বৈঠকত অমরনাথ তীৰ্থযাত্রার প্রস্তুতির প্রসঙ্গও উত্থাপিত হয়। ৪৬ দিনীয়া উক্ত যাত্রা ১ জুলাইৰ পৰ আৰম্ভ হ’ব আৰু সমাপ্তব ১৫ আগষ্টত।

Your Comments