সোণাৰিৰ ভজোত অবৈধ চাহ ফেক্টৰী বন্ধৰ দাবী দল-সংগঠনৰ

সোণাৰিৰ ভজোত অবৈধ চাহ ফেক্টৰী বন্ধৰ দাবী দল-সংগঠনৰ

সোণাৰিৰ ভজোত সম্পুৰ্ণ অবৈধভাবে স্থাপন কৰা এটা চাহ ফেক্টৰী বন্ধৰ দাবীত সৰৱ  হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ, কৃষক শ্ৰমিক সুৰক্ষা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি  সংগঠনে । সংগঠন কেইটাই চৰাইদেউ জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰি সাত দিনৰ ভিতৰত এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

sonari

উল্লেখ্য যে  ভজোৰ জনবসতিপূৰ্ণ অঞ্চলত সম্পুৰ্ণ নীতি বহিৰ্ভূতভাবে সোণাৰিৰ নিখিল আগৰৱালা, অভিশেষ  জৈন আৰু মনোজ আগৰৱালা নামৰ ব্যৱসায়ী কেইজনে দুটাকৈ চাহ ফেক্টৰী  নিৰ্মান কৰাত স্থানীয় ৰাইজৰ লগতে সংগঠন সমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Your Comments