তাজ মহলৰ প্ৰৱেশ মাচুল বৃদ্ধি

তাজ মহলৰ প্ৰৱেশ মাচুল বৃদ্ধি

দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ স্থলী তাজ মহলৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰা হৈছে । এতিয়াৰেপৰা বিদেশী পৰ্যটকৰ প্ৰৱেশ মাচুল হ'ব ১১০০ টকা ।

পূৰ্বতে এই মাচুল আছিল ১০০০ টকা । একেদৰে ঘৰুৱা পৰ্যটকৰ প্ৰৱেশ মাচুল পূৰ্বৰ ৪০ টকাৰপৰা ৫০ টকালৈ বৃদ্ধি কৰা হৈছে ।

ইফালে, 'ছাৰ্ক' দেশসমূহৰ পৰ্যটকৰ প্ৰৱেশ মাচুল নিৰ্ধাৰণ কৰা হৈছে ৫৪০ টকা ।

Your Comments

Related Articles