দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত অভিলেখসংখ্যক আসন দখলেৰে পুনৰবাৰ চৰকাৰ গঠনৰ কৰা নৰেন্দ্ৰ মোডীক শুভেচ্ছা জনাইছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
তেওঁ পত্ৰত উল্লেখ কৰিছে-'এই বিজয়ৰ বাবে আপোনাক কৃতিত্ব দিছোঁ। মই ভাবোঁ অনাগত দিনত অসমক আগবঢ়াই নিয়াত আপুনি গুৰুত্ব দিব।আপোনাৰ কাৰ্যকালৰ শেষৰ দিনটোলৈকে।'
- Log in to post comments
- 45 views