নিউজ ডেস্ক:
সুস্থ শৰীৰেৰে গুৱাহাটীৰ স্বগৃহলৈ উভতি আহিছে অসমৰ প্ৰথমগৰাকী এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া।ভগ্নীয়ে দান কৰা বৃক্ক সংৰোপণ কৰাৰ পিছত সুস্থ হৈ উঠিছে বৃক্ক ৰোগত ভোগা শইকীয়া।চেন্নাইত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তৰুণ শইকীয়া।
- Log in to post comments
- 24 views