নিউজ ডেস্ক:
অহা ১৫ জুনত প্ৰকাশ পাব এনআৰচিৰ এখন অতিৰিক্ত খচৰা।অতিৰিক্ত খচৰা প্ৰকাশৰ সময়চোৱাত অথবা তাৰ পূৰ্বে আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি যাতে নঘটে, তাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
- Log in to post comments
- 20 views