ঘূৰ্ণি ধুমুহা 'ফানী'য়ে তাণ্ডৱৰ সৃষ্টি কৰা ওড়িশাৰ পুৰীত গছ বাগৰি এজন লোকৰ মৃত্যু হৈছে।পুৰীত ২৪৫ কি:মি: গতিবেগত ফানীয়ে খুন্দিওৱাৰ পিছত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে।
আনহাতে,পুৰীৰ আশে-পাশে একাংশ গাঁৱক ভূভাগলৈ সোমাই অহা সাগৰীয় জলে প্লাৱিত কৰিছে।
- Log in to post comments
- 47 views